ଅର୍ଥ : পোস্তা বা আফুগছৰ দানা
ଉଦାହରଣ :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
ସମକକ୍ଷ : আফুগুটি, পোস্তা, পোস্তাদানা
ଅର୍ଥ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
ଉଦାହରଣ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
ସମକକ୍ଷ : আফিং