ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ଉଦାହରଣ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
ସମକକ୍ଷ : আত্মীয়, আত্মীয়-স্বজন
ଅର୍ଥ : বহুত ওচৰৰ বা বহুত কাষৰ
ଉଦାହରଣ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ସମକକ୍ଷ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
ଅର୍ଥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ଉଦାହରଣ : মনোহৰজী মোৰ আপোন খুৰা
ସମକକ୍ଷ : আত্মীয়, পৰিজন, স্বজন
ସଂସ୍ଥାପନ କରନ୍ତୁ