ଅର୍ଥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
ଉଦାହରଣ :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
ସମକକ୍ଷ : অথন্তৰ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
ଅର୍ଥ : অকস্মাৎ অহা অনাকাংক্ষিত বিপদ
ଉଦାହରଣ :
উৰাজাহাজৰ ইঞ্জিন বন্ধ হোৱাৰ লগে লগে আকস্মিক বিপদ সৃষ্টি হʼল
ସମକକ୍ଷ : আকস্মিক বিপদ, আপৎ, ইমাৰজেন্সী