ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আন্ত্রিক ৰোগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আন্ত্রিক ৰোগ   বিশেষ্য

ଅର୍ଥ : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়

ଉଦାହରଣ : আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল

ସମକକ୍ଷ : কলেৰা, জহনী, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি, হাইজা