ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আন্তর্দেশীয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আন্তর্দেশীয়   বিশেষণ

ଅର୍ଥ : এখনতকৈ অধিক ৰাষ্ট্র বা দেশৰ সম্বন্ধ

ଉଦାହରଣ : ভাৰতবর্ষই আন্তর্ৰাষ্ট্রীয় বাণিজ্যৰ প্রসাৰ সাধনত গুৰুত্ব দি আছে

ସମକକ୍ଷ : আন্তর্ৰাষ্ট্রীয়

ଅର୍ଥ : কিছুমান বা সকলো ৰাষ্ট্রৰ সৈতে সম্বন্ধ ৰাখোঁতা

ଉଦାହରଣ : মোহনে আন্তর্ৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতবর্ষক নেতৃত্ব দিছে

ସମକକ୍ଷ : আন্তঃৰাষ্ট্রীয়, আন্তর্জাতীয়, আন্তর্ৰাষ্ট্রীয়, বহুদেশীয়, বহুৰাষ্ট্রীয়

ଅର୍ଥ : কোনো দেশৰ আভ্যন্তৰীণ ক্ষেত্রত হোৱা বা তাৰে সৈতে সম্বন্ধ ৰাখোঁতা

ଉଦାହରଣ : অনুগ্রহ কৰি মোক এখন আন্তর্দেশীয় পত্র দিয়ক

ସମକକ୍ଷ : আন্তঃদেশীয়