ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আন ফালৰ বা সেই ফালৰ
ଉଦାହରଣ : শ্যাম সিফালে আছে
ସମକକ୍ଷ : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
ଅର୍ଥ : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
ଉଦାହରଣ : ইয়াত আপুনি একো নাপাব আনফালে যাওক
ସମକକ୍ଷ : অন্যফালে
ଅର୍ଥ : আনটো ফালে
ଉଦାହରଣ : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
ସମକକ୍ଷ : আনহাতে
ଅର୍ଥ : আনটো ফালৰ দিশ
ଉଦାହରଣ : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
ସମକକ୍ଷ : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
ସଂସ୍ଥାପନ କରନ୍ତୁ