ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে আনন্দ প্রদান কৰে
ଉଦାହରଣ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
ସମକକ୍ଷ : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, সুখপ্রদ, ৰমণীয়
ଅର୍ଥ : যিটো মনোৰঞ্জনেৰে ভৰা
ଉଦାହରଣ : এইখিনি বৰ মনোৰঞ্জক ঠাই
ସମକକ୍ଷ : আমোদ-প্রমোদপূর্ণ, আমোদজনক, মনোৰঞ্জক
ସଂସ୍ଥାପନ କରନ୍ତୁ