ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজ কুলৰ লোক
ଉଦାହରଣ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
ସମକକ୍ଷ : কুটুম, কুটুম্ব, পৰিজন
ଅର୍ଥ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ଉଦାହରଣ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
ସମକକ୍ଷ : আত্মীয়-স্বজন, আপোন
ଅର୍ଥ : একেখন ঘৰৰে মানুহ
ଉଦାହରଣ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
ସମକକ୍ଷ : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
ଅର୍ଥ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
ଉଦାହରଣ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
ସମକକ୍ଷ : নিজৰ
ଅର୍ଥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ଉଦାହରଣ : মনোহৰজী মোৰ আপোন খুৰা
ସମକକ୍ଷ : আপোন, পৰিজন, স্বজন
ସଂସ୍ଥାପନ କରନ୍ତୁ