ଅର୍ଥ : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
ଉଦାହରଣ :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
ଅର୍ଥ : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
ଉଦାହରଣ :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
ସମକକ୍ଷ : আত্মত্যাগ