ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি স্বার্থৰে ভৰা বা নিজৰ মতলব ৰ কথা ভাবে
ଉଦାହରଣ : আজিৰ সমাজ স্বার্থপৰেৰে ভৰি আছে
ସମକକ୍ଷ : মতলবী, স্বার্থপৰ
ଅର୍ଥ : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
ଉଦାହରଣ : স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
ସମକକ୍ଷ : আত্মগ্রাহী, আত্মপৰায়ণ, আত্মসর্ব্বস্ব, স্বার্থপৰ, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ
ସଂସ୍ଥାପନ କରନ୍ତୁ