ଅର୍ଥ : কোনোৱে নিজে লিখা জীৱনচৰিত্র
ଉଦାହରଣ :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
ସମକକ୍ଷ : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
ଅର୍ଥ : নিজৰ বিষয়ে নিজে কোৱা কথা
ଉଦାହରଣ :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
ସମକକ୍ଷ : আত্মকথন