ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আতংক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আতংক   বিশেষ্য

ଅର୍ଥ : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত

ଉଦାହରଣ : পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে

ସମକକ୍ଷ : আতংকবাদ, সন্ত্রাস, সন্ত্রাসবাদ

ଅର୍ଥ : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়

ଉଦାହରଣ : গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল

ସମକକ୍ଷ : সন্ত্রাস

ଅର୍ଥ : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়

ଉଦାହରଣ : কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে

ସମକକ୍ଷ : সন্ত্রাস