ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জোৰেৰে চিঞৰা বা মতা
ଉଦାହରଣ : মাকে ভোজন কৰিবৰ বাবে পুতেকক আটাহ পাৰিলে
ସମକକ୍ଷ : চিঞৰি মতা
ଅର୍ଥ : বিপদ আদিৰ সময়ত বা এনেয়ে জোৰকৈ কোৱা বা শ্্ব্দ কৰা
ଉଦାହରଣ : কুকুৰনেচীয়া বাঘটোক দেখি ভেড়াৰখীয়াটোৱে বচোৱা-বচোৱা বুলি চিঞৰ মাৰিলে
ସମକକ୍ଷ : চিঞৰ মৰা, হাল্লা কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ