ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ଉଦାହରଣ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ସମକକ୍ଷ : অদ্ভুত কাম, অবাক, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
ଅର୍ଥ : যি ্আশ্বর্য ্প্রকাশ কৰিছে
ଉଦାହରଣ : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
ସମକକ୍ଷ : অবাক, স্তম্ভিত
ସଂସ୍ଥାପନ କରନ୍ତୁ