ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আচৰণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আচৰণ   বিশেষ্য

ଅର୍ଥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ଉଦାହରଣ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

ସମକକ୍ଷ : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

ଅର୍ଥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

ଉଦାହରଣ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

ସମକକ୍ଷ : ধৰণ-কৰণ, ব্যৱহাৰ

ଅର୍ଥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ଉଦାହରଣ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

ସମକକ୍ଷ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র