ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ଉଦାହରଣ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ସମକକ୍ଷ : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ଅର୍ଥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ଉଦାହରଣ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ସମକକ୍ଷ : ধৰণ-কৰণ, ব্যৱহাৰ
ଅର୍ଥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ଉଦାହରଣ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ସମକକ୍ଷ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
ସଂସ୍ଥାପନ କରନ୍ତୁ