ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লতাজাতীয় গছত লগা এবিধ থোপাকৈ লগা সৰু মিঠা ৰসাল ফল
ଉଦାହରଣ : আঙুৰৰ পৰা কিছুমান মদ তৈয়াৰ কৰা হয়
ସମକକ୍ଷ : আঙুৰ, দ্রাক্ষা
ଅର୍ଥ : মিঠা আৰু ৰসাল ফল লগা এবিধ লতাজাতীয় গছ
ଉଦାହରଣ : নাচিকত আঙুৰৰ খেতি বেছিকৈ হয়
ସମକକ୍ଷ : আঙুৰ, আঙুৰ লতা
ସଂସ୍ଥାପନ କରନ୍ତୁ