ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
ଉଦାହରଣ : লিখাৰ সময়ত দুটা শ্্ব্দৰ মাজত এক আঙুল ফাঁক ৰাখা
ସମକକ୍ଷ : আঙুলি, আঙ্গুল
ଅର୍ଥ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
ଉଦାହରଣ : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
ସମକକ୍ଷ : অঙ্গুল, অঙ্গুলি, অঙ্গুষ্ঠ, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
ସଂସ୍ଥାପନ କରନ୍ତୁ