ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আঘাত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আঘাত   বিশেষ্য

ଅର୍ଥ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

ଉଦାହରଣ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

ସମକକ୍ଷ : দুখ

ଅର୍ଥ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

ଉଦାହରଣ : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

ଅର୍ଥ : মৰা কার্য

ଉଦାହରଣ : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

ସମକକ୍ଷ : পিতন, প্রহাৰ, মাৰ

ଅର୍ଥ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

ଉଦାହରଣ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

ସମକକ୍ଷ : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ