ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
ଉଦାହରଣ : তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
ସମକକ୍ଷ : আগে আগে
ଅର୍ଥ : নি্র্ধাৰিত সময়তকৈ আগৰ
ଉଦାହରଣ : মই তেওঁক ্ আগৰে পৰা জানো
ସମକକ୍ଷ : অতীজৰে পৰা, আগৰে পৰা, ইতিপূর্বে, ইয়াৰ আগতে, পূর্বতঃ, পূর্বে, পূর্ৱতে
ଅର୍ଥ : পাৰ হৈ যোৱা সময়তে:অতীততে হৈ যোৱা ঘটনা মনত পেলাই তেওঁ কান্দিবলৈ ধৰিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : অতীজতে, অতীততে, গত কালৰ, বিগত সময়ৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ