ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ সন্মুখ বা উপস্থিতিত
ଉଦାହରଣ : অপৰাধীটো দণ্ডাধীশৰ সন্মুখত হাজিৰ হʼল
ସମକକ୍ଷ : সন্মুখত
ଅର୍ଥ : সকলোতকৈ আগত........
ଉଦାହରଣ : পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
ସମକକ୍ଷ : আগে আগে, সকলোতকৈ আগত
ଅର୍ଥ : যি আহি পাইছে
ଉଦାହରଣ : সমাগত লোকসকলক স্বাগতম জনাওক
ସମକକ୍ଷ : উপস্থিত, উপাগত, সমাগত, হাজিৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ