ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আহাৰ ৰান্ধিবলৈ মাটি, ইটা বা লোহাৰে নি্র্মাণ কৰি লোৱা জুই জ্বলোৱা স্থান বা পাত্র
ଉଦାହରଣ : মায়ে ভাত ৰান্ধিবলৈ চৌকাত জুই দিলে
ସମକକ୍ଷ : চুলা, চৌকা, জুহাল
ଅର୍ଥ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ
ଉଦାହରଣ : তেওঁ জুহালত চাহ বনাই আছে
ସମକକ୍ଷ : খোলা, জুইশাল, জুহাল
ସଂସ୍ଥାପନ କରନ୍ତୁ