ଅର୍ଥ : আক্রমণ কৰোতা ব্যক্তি
ଉଦାହରଣ :
সৈনিকসকলে দৌৰি দৌৰি দুটা আক্রমণকাৰীক ধৰিলে
ଅର୍ଥ : আক্রমণ কৰা ব্যক্তি
ଉଦାହରଣ :
ভাৰতবর্ষৰ ওপৰত ্আক্রমণকাৰীয়ে মাজে-মাজে ৰাজত্ব কৰে
ସମକକ୍ଷ : ্আক্রমণ কর্তা
ଅର୍ଥ : যি আক্রমণ কৰে
ଉଦାହରଣ :
আক্রমণকাৰী সৈনিকে কিল্লাটো হস্তগত কৰিলে
ସମକକ୍ଷ : আক্রমণ ্কর্তা, আগ্রাসী, হানাদাৰ