ଅର୍ଥ : ভাষাবিজ্ঞানৰ যি শাখাত ৰূপ বা পদৰ বিভিন্ন দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা হয়
ଉଦାହରଣ :
ৰূপবিজ্ঞান তিনিপ্রকাৰৰ, বর্ণনাত্মক, ঐতিহাসিক আৰু তুলনামূলক
ସମକକ୍ଷ : ৰূপবিজ্ঞান
ଅର୍ଥ : জীৱৰ ৰূপ আৰু গঠন সম্বন্ধীয় বিজ্ঞান
ଉଦାହରଣ :
তেওঁৰ আকৃতিবিজ্ঞানত ৰাপ আছে