ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
ଉଦାହରଣ : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
ସମକକ୍ଷ : আকাশী ৰং
ଅର୍ଥ : বতাহ বা হাৱাত হোৱা
ଉଦାହରଣ : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
ସମକକ୍ଷ : বতাহী
ଅର୍ଥ : আকাশৰ ৰঙৰ বা পাতল নীলা
ଉଦାହରଣ : শ্যামে আকাশী কামিজ পিন্ধি আছিল
ଅର୍ଥ : আকাশৰ সৈতে সম্পর্কিত
ଉଦାହରଣ : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
ସମକକ୍ଷ : আকাশৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ