ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আকাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আকাল   বিশেষ্য

ଅର୍ଥ : সঠিক বা উপযুক্ত নোহোৱা সময়

ଉଦାହରଣ : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল

ସମକକ୍ଷ : দুঃসময়

ଅର୍ଥ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা

ଉଦାହରଣ : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল

ସମକକ୍ଷ : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ

ଅର୍ଥ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়

ଉଦାହରଣ : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে

ସମକକ୍ଷ : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ