ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
ଉଦାହରଣ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
ସମକକ୍ଷ : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
ଅର୍ଥ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
ଉଦାହରଣ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
ସମକକ୍ଷ : আইতা
ଅର୍ଥ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
ଉଦାହରଣ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
ସମକକ୍ଷ : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
ଅର୍ଥ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
ଉଦାହରଣ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
ସମକକ୍ଷ : বসন্ত ৰোগ, সৰুআই
ସଂସ୍ଥାପନ କରନ୍ତୁ