ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আঁ্তৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আঁ্তৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

ଉଦାହରଣ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

ସମକକ୍ଷ : আঁতৰি যোৱা, ফটা, ফাটি যোৱা

ଅର୍ଥ : পৃথক বা দূৰ হোৱা

ଉଦାହରଣ : বতাহ-ধুমুহা এতিয়া আঁতৰিল

ସମକକ୍ଷ : আঁ্তৰি যোৱা

ଅର୍ଥ : ওলাই যোৱা

ଉଦାହରଣ : এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল

ଅର୍ଥ : দূৰ হোৱা

ଉଦାହରଣ : ডাৱৰ আঁতৰি গʼল

ସମକକ୍ଷ : আঁতৰি যোৱা