ଅର୍ଥ : দূৰত বা পৃথক কৰি থোৱা
ଉଦାହରଣ :
কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
ସମକକ୍ଷ : আঁ্তৰাই থোৱা
ଅର୍ଥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
ଉଦାହରଣ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
ସମକକ୍ଷ : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
ଅର୍ଥ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
ଉଦାହରଣ :
চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
ଅର୍ଥ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
ଉଦାହରଣ :
কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
ସମକକ୍ଷ : পদচ্যুত কৰা, বর্খাস্ত কৰা