ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আঁতৰোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আঁতৰোৱা   ক্ৰিয়া

ଅର୍ଥ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

ଉଦାହରଣ : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

ସମକକ୍ଷ : আঁতৰ ্কৰা, পৃথক কৰা, বেলেগ কৰা

ଅର୍ଥ : দূৰত বা পৃথক কৰি থোৱা

ଉଦାହରଣ : কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে

ସମକକ୍ଷ : আঁ্তৰাই থোৱা

ଅର୍ଥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ଉଦାହରଣ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

ସମକକ୍ଷ : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া

ଅର୍ଥ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া

ଉଦାହରଣ : চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা

ଅର୍ଥ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা

ଉଦାହରଣ : কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে

ସମକକ୍ଷ : পদচ্যুত কৰা, বর্খাস্ত কৰা