ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আঁতৰি যোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আঁতৰি যোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

ଉଦାହରଣ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

ସମକକ୍ଷ : আঁ্তৰা, ফটা, ফাটি যোৱা

ଅର୍ଥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

ଉଦାହରଣ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

ସମକକ୍ଷ : এৰা, এৰি দিয়া, ত্যাগ কৰা

ଅର୍ଥ : দূৰ হোৱা

ଉଦାହରଣ : ডাৱৰ আঁতৰি গʼল

ସମକକ୍ଷ : আঁ্তৰা