ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ଉଦାହରଣ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ସମକକ୍ଷ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, উপেক্ষা, তিৰস্কাৰ
ଅର୍ଥ : উত্তৰদায়িত্ব পালন নকৰা কার্য
ଉଦାହରଣ : পুত্রৰ বৃদ্ধ পিতৃৰ প্রতি অৱহেলা দেখি বৰ দুখ লাগে
ଅର୍ଥ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ଉଦାହରଣ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ସମକକ୍ଷ : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
ସଂସ୍ଥାପନ କରନ୍ତୁ