ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱসৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱসৰ   বিশেষ্য

ଅର୍ଥ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

ଉଦାହରଣ :

ସମକକ୍ଷ : অৱকাশ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ

ଅର୍ଥ : আৰামৰ সময়

ଉଦାହରଣ : আপুনি মোক জিৰণিত লগ কৰক

ସମକକ୍ଷ : আজৰি, জিৰণি, জিৰণি সময়, বিশ্রাম কাল, বিৰাম কাল

ଅର୍ଥ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন

ଉଦାହରଣ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে

ସମକକ୍ଷ : অৱকাশ, ছুটী, বিৰতি, বিৰাম