ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱশিষ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱশিষ্ট   বিশেষ্য

ଅର୍ଥ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)

ଉଦାହରଣ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল

ସମକକ୍ଷ : অৱশেষ, বাকী

ଅର୍ଥ : অদৰকাৰী বুলি ভাবি পেলাই দিয়া পদার্থ

ଉଦାହରଣ : কাৰখানাৰ অৱশিষ্টবোৰে নদীৰ পানী প্রদূষিত কৰে

অৱশিষ্ট   বিশেষণ

ଅର୍ଥ : ব্যৱহাৰত নহাৰ কাৰণে ৰাহি হোৱা অংশ

ଉଦାହରଣ : অৱশিষ্ট আহাৰখিনি ঢাকি ৰাখা

ସମକକ୍ଷ : অৱশেষ, থাকি হোৱা