ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱমাননা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱমাননা   বিশেষ্য

ଅର୍ଥ : এনেধৰণৰ কোনো কাম কৰা বা কথা কোৱা কার্য ্ যিয়ে কাৰোবাৰ মান-সন্মান আৰু প্রতিষ্ঠাত আঘাত হানে

ଉଦାହରଣ : ৰামে শ্যামৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিলে

ସମକକ୍ଷ : মানহানি

ଅର୍ଥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

ଉଦାହରଣ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

ସମକକ୍ଷ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ