ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱনমিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱনমিত   বিশেষণ

ଅର୍ଥ : যি তলমূৰ কৰি আছে

ଉଦାହରଣ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়

ସମକକ୍ଷ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী

ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়

ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে

ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনত, পতিত

ଅର୍ଥ : যি নমিত নহয়

ଉଦାହରଣ : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে