ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব
ଉଦାହରଣ : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে
ସମକକ୍ଷ : ন্যূনতা
ଅର୍ଥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ଉଦାହରଣ : বেয়া গুণে মানুহৰ পতন ঘটায়
ସମକକ୍ଷ : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন
ଅର୍ଥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ଉଦାହରଣ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
ସମକକ୍ଷ : অধঃপতন, অধঃপাত, পতন, স্খলন
ସଂସ୍ଥାପନ କରନ୍ତୁ