ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তলমূৰ কৰি থকা
ଉଦାହରଣ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
ସମକକ୍ଷ : নত
ଅର୍ଥ : আগৰ ফালে হাউলি থকা
ଉଦାହରଣ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
ଅର୍ଥ : যি তলমূৰ কৰি আছে
ଉଦାହରଣ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
ସମକକ୍ଷ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনমিত, পতিত
ଅର୍ଥ : যাৰ দৰ বা ভাও কমি গৈছে
ଉଦାହରଣ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
ସମକକ୍ଷ : কম, মন্দা
ସଂସ୍ଥାପନ କରନ୍ତୁ