ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱতৰণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱতৰণ   বিশেষ্য

ଅର୍ଥ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য

ଉଦାହରଣ : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে

ସମକକ୍ଷ : নমোৱা

ଅର୍ଥ : ওপৰৰ পৰা তললৈ অহা কার্য

ଉଦାହରଣ : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত

ସମକକ୍ଷ : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-

ଅର୍ଥ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল