ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
ଅର୍ଥ : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ
ଉଦାହରଣ : ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন
ଅର୍ଥ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
ଉଦାହରଣ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
ସମକକ୍ଷ : অভ্যুদয়, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম
ଅର୍ଥ : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন
ଉଦାହରଣ : ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ