ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৰুচিকৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৰুচিকৰ   বিশেষণ

ଅର୍ଥ : যিটো ৰুচিকৰ নহয়

ଉଦାହରଣ : অৰুচিকৰ কাম কৰা উচিত নহয়

ସମକକ୍ଷ : অপ্রিয়, অপ্রীতিকৰ

ଅର୍ଥ : যিটো ৰুচিপূর্ণ নহয়

ଉଦାହରଣ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ

ସମକକ୍ଷ : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন

ଅର୍ଥ : যিটোক খাবলৈ ইচ্ছা নাথাকে

ଉଦାହରଣ : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে

ସମକକ୍ଷ : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা