ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ଉଦାହରଣ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
ସମକକ୍ଷ : অটবী, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ଅର୍ଥ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ଉଦାହରଣ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
ସମକକ୍ଷ : জংঘল, বন
ସଂସ୍ଥାପନ କରନ୍ତୁ