ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অহা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অহা   ক্ৰিয়া

ଅର୍ଥ : উৎপন্ন হোৱা

ଉଦାହରଣ : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

ସମକକ୍ଷ : উঠা

ଅର୍ଥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

ଉଦାହରଣ :

ସମକକ୍ଷ : আগমন কৰা, উপস্থিত হোৱা, পোৱা

ଅର୍ଥ : বেয়া প্রভাৱ পৰা

ଉଦାହରଣ : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

ସମକକ୍ଷ : উঠা

ଅର୍ଥ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা

ଉଦାହରଣ : বসন্তকাল আহিল

ଅର୍ଥ : ক্রয় কৰি কোনো বস্তু লাভ কৰা

ଉଦାହରଣ : সোমবাৰে আমাৰ নতুন গাড়ী আহিব