ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চল-কপট বা আন কিবা প্রকাৰৰ অনাচাৰ কৰা অৱস্থা বা ভাব
ଉଦାହରଣ : বেইমানীৰ ধন কেতিয়াও নাথাকে
ସମକକ୍ଷ : বেইমানী
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ସଂସ୍ଥାପନ କରନ୍ତୁ