ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অস্থিৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অস্থিৰ   বিশেষণ

ଅର୍ଥ : একে ঠাইত স্থিৰ হৈ নথকা

ଉଦାହରଣ : যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি

ଅର୍ଥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ

ଉଦାହରଣ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে

ସମକକ୍ଷ : অধৈর্য, চঞ্চল

ଅର୍ଥ : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়

ଉଦାହରଣ : কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল

ଅର୍ଥ : যি শান্ত নহয়

ଉଦାହରଣ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি

ସମକକ୍ଷ : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত