ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অস্ত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অস্ত্র   বিশেষ্য

ଅର୍ଥ : যি হাথিয়াৰৰ দ্বাৰা কোনো বস্তু দলিওৱা হয়

ଉଦାହରଣ : তোপ, বন্দুক, ধনু আদিবোৰ অস্ত্র

ଅର୍ଥ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

ଉଦାହରଣ :

ସମକକ୍ଷ : অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ, হাথিয়াৰ

ଅର୍ଥ : শত্রুৰ ওপৰত পেলাই চলোৱা হাথিয়াৰ

ଉଦାହରଣ : কাঁড় এবিধ অস্ত্র

ସମକକ୍ଷ : প্রহৰণ

ଅର୍ଥ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

ଉଦାହରଣ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

ସମକକ୍ଷ : হাতিয়াৰ, হাথিয়াৰ