ଅର୍ଥ : অসম ৰাজ্যৰ ভাষা
ଉଦାହରଣ :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
ସମକକ୍ଷ : অসমীয়া ভাষা
ଅର୍ଥ : অসম ৰাজ্যৰ অধিবাসী
ଉଦାହରଣ :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
ଅର୍ଥ : অসম ৰাজ্যৰ নিবাসী
ଉଦାହରଣ :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
ଅର୍ଥ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
ଉଦାହରଣ :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
ଅର୍ଥ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
ଉଦାହରଣ :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
ଅର୍ଥ : অসমত থকা বা বসতি কৰা
ଉଦାହରଣ :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত