ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
ଅର୍ଥ : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ଉଦାହରଣ : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
ସମକକ୍ଷ : অমান্তি, অসমর্থন, অসহমত, সন্মতিহীনতা
ଅର୍ଥ : যিয়ে সহমত পোৱা নাই
ଉଦାହରଣ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
ସମକକ୍ଷ : অস্বীকৃত, নামঞ্জুৰ, সহমতহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ