ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি অদৰকাৰেৰে পূর্ণ
ଉଦାହରଣ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, নলগা-, যা-তা, লাপি-লুপা
ଅର୍ଥ : যিটো উচিত বা যুগুত নহয়
ଉଦାହରଣ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
ସମକକ୍ଷ : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ସଂସ୍ଥାପନ କରନ୍ତୁ