ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি শুৱনি নহয়
ଉଦାହରଣ : বক্রাচার্যৰ শৰীৰ অশুৱনি
ସମକକ୍ଷ : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৎসিত, কুৰূপ, বিশ্রী
ଅର୍ଥ : যি সন্মানজনক বা সামাজিকভাৱে স্বীকৃত নহয়
ଉଦାହରଣ : আপোনাৰ দৰে ব্যক্তিয়ে অশোভনীয় ভাষা প্রয়োগ কৰা উচিত নহয়
ସଂସ୍ଥାପନ କରନ୍ତୁ