ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কল্যাণ বা মংগল নথকা
ଉଦାହରଣ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ସମକକ୍ଷ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ଅର୍ଥ : যিটো শুভ নহয়
ଉଦାହରଣ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
ସମକକ୍ଷ : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অহিত, বিমংগল, বিমঙ্গল
ସଂସ୍ଥାପନ କରନ୍ତୁ