ଅର୍ଥ : আমনি দিয়া কথা আদি
ଉଦାହରଣ :
আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব
ଅର୍ଥ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
ଉଦାହରଣ :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
ସମକକ୍ଷ : বিহ্বলতা, মানসিক চাপ